Assam GK Topic

List Of Assamese Grammar Expressions In Single Words

The Assamese language, one of the richest languages of the North-East, has a unique way of expressing long ideas or sentences in just a single word. These words, deeply rooted in Assamese grammar, not only make communication precise but also highlight the depth of the language’s vocabulary.

Use this topic to revise for APSC, SSC, and other competitive exams.

Detailed Notes

Below is a list of important Assamese single-word expressions along with their meanings:

ফুল নুফুলাকৈ গুটি হোৱা গছ = বনস্পতি — A plant that bears fruit without flowering = Gymnosperm
শত্ৰুক জয় কৰে যি = শত্ৰুঞ্জয় — One who conquers enemies = Enemy-conqueror
ৰিপুক জয় কৰে যি = ৰিপুঞ্জয় = One who conquers enemies = Foe-vanquishing
ধান থোৱা ঘৰ = ভঁৰাল = Granary / place to store paddy
যি মাছ-মাংস নাখায় = নিৰামিষাহাৰী = One who does not eat fish or meat (Vegetarian)
ভিক্ষা কৰে যি = ভিক্ষাৰী = One who begs (Beggar)
যি খুজি মাগি খায় = খোজনীয়া; মগনিয়া = One who begs for food + Beggar
যি আনৰ বস্তু বলেৰে নিয়ে = ডকাইত = One who forcibly takes others' belongings (Robber)
যি কথা জনা নাযায় = অজ্ঞাত = That which is not known (Unknown)
যি কাৰো লগত মিলিব নোৱাৰে = অজীন-পাতকী = One who cannot mix with others (Unsociable)
দুটা মাহৰ মাজৰ দিন = দোমাহী বা সংক্ৰান্তি = Mid-month day / Sankranti
যি জনে নিয়মমতে খৰচ কৰে = মিতব্যয়ী = One who spends systematically (Frugal)
যি সঁচা কথা কয় = সত্যবাদী = One who speaks the truth (Truthful)
যাৰ আগত জন্ম = অগ্ৰজ = One born earlier (Elder)
যি নিজে নিজে হয় = স্বয়ম্ভু = One who is self-born (Self-existent)
যাৰ মূৰত চুলি নাই = তপা = One who has no hair on head (Bald)
যাৰ আশ্ৰয় নাই = নিৰাশ্ৰয় = One who has no shelter (Shelterless)
যি কথা লগাই ফুৰে = খলুৱা = One who spreads gossip (Gossiper)
যি পৰিণাম চিন্তা কৰি কাম কৰে = পৰিণামদৰ্শী = One who acts with foresight (Prudent)
যি দুই হাত সমানে চলাব পাৰে = সব্যসাচী = One who uses both hands equally (Ambidextrous)
যি মাটিৰ উৎপাদিকা শক্তি নাই = অনুৰ্বৰা = Land with no fertility (Barren)
যি বাঢ়িবলৈ ধৰে = বৰ্ধিষ্ণু = One who begins to grow (Growing)
যি কৰ্তব্য স্থিৰ কৰিব নোৱাৰে = কিংকৰ্তব্যবিমূঢ় = One who is confused about duty (Bewildered)
যি মাতৃৰ এটি মাত্ৰ সন্তান = কাকবন্ধ্যা = Only child of mother
যি পুৰুষে বিয়া কৰোৱা নাই = অবিবাহিত = Man who is unmarried
যি নিজকে পণ্ডিত বুলি ভাৱে = পণ্ডিতমন্য = One who considers himself a scholar (Self-proclaimed scholar)
আনৰ দোষ দেখা স্বভাৱ = অসূয়া = Habit of finding faults in others (Jealousy)
যাৰ জন্ম নাই = অজ = One who is unborn
যাৰ পূৰ্বজন্মৰ কথা মনত আছে = জাতিষ্মৰ = One who remembers past life
যাৰ কথাৰ লাগ বান্ধ নাই = লপা, চেলেপু = One who speaks without restraint (Talkative)
যি আনৰ মুখলৈ চাই থাকে = পৰমুখাপেক্ষী = One who depends on others (Dependent)
যাৰ বিবেচনা শক্তি নাই = অবিবেচক = One who lacks judgment (Indiscreet)
সহজে যি জীণ যায় = লঘুপাকী = That which digests easily (Easily digestible)
যাৰ কুল আৰু শীল জনা নাযায় = অজ্ঞাতকুলশীল = One whose lineage and character are unknown
সকলোকে সমানভাৱে দেখা = সমদৰ্শী = One who treats everyone equally (Impartial)
বিপদৰ সময়ত ওলোৱা বুদ্ধি = প্ৰত্যুৎপন্নমতি = Intelligence that arises in crisis (Presence of mind)
যি জানিবলৈ ইচ্ছা কৰে = জিজ্ঞাসু = One who wants to know (Inquisitive)
আগে আগে গমন কৰে যি = অগ্ৰগামী = One who goes ahead (Leader)
পিছে পিছে গমন কৰে যি = অনুগামী = One who follows (Follower)
যি কম কথা কয় = মিতভাষী = One who speaks less (Reserved)
যি দিনত এবাৰ মাত্ৰ আহাৰ কৰে = একাহাৰী = One who eats only once a day
ঘৰে ঘৰে বস্তু বিক্ৰী কৰি ফুৰা তিৰোতা = পোহাৰী = Woman who sells goods door-to-door (Female hawker)
নোহোৱা বস্তু সৃষ্টি কৰা = উদ্ভাৱন = Creating something new (Innovation)
মাটিৰে তৈয়াৰী শিল্পকৰ্ম = মৃৎশিল্প = Art made of clay (Pottery)
যি মাটিৰে নিৰ্মিত = মৃন্ময় = Made of clay
মৰো মৰো অৱস্থা = মূমূৰ্ষ = Near-death condition
যি অনাই বনাই ঘূৰি ফুৰে = যাযাবৰ = One who roams aimlessly (Nomad)
নাম নধৰাকৈ দিয়া গালি = গুৱালগালি = Abuse without naming (Anonymous insult)
দেউতাকৰ সখিয়েক = তাৱৈ = Father's female friend
তাৱৈৰ ঘৈণীয়েক = আমৈ = Wife of father's female friend
যি আনৰ অধীন নহয় = স্বাধীন = One who is not under others (Independent)
যি আনৰ অধীন = পৰাধীন = One who is under others (Subordinate)
গৰু বন্ধা ঘৰ = গোহালি = House where cows are tied (Cowshed)
ঘোঁৰা বন্ধা ঘৰ = অস্তাবল = Place where horses are kept (Stable)
যি পথৰ পৰা বিচলিত = পথভ্ৰষ্ট = One who has deviated from the path (Misguided)
যি কথাৰ অৰ্থ নাই = অৰ্থহীন; নিৰৰ্থক = That which has no meaning (Meaningless)
যি আনৰ ওপৰত নিৰ্ভৰ কৰে = পৰনিৰ্ভৰশীল = One who depends on others (Dependent)
যি নিজৰ ওপৰত নিৰ্ভৰ কৰে = আত্মনিৰ্ভৰশীল; স্বাৱলম্বী = One who relies on oneself (Self-reliant)
যাক কল্পনা কৰিব নোৱাৰি = কল্পনাতীত = That which cannot be imagined (Unimaginable)
যাৰ আদি নাই = অনাদি = That which has no beginning (Beginningless)
যাৰ অন্ত নাই = অনন্ত = That which has no end (Endless)
যাৰ সীমা নাই = অসীম = That which has no limit (Infinite)
যাক বৰ্ণনা কৰিব নোৱাৰি = অবৰ্ণনীয় = That which cannot be described (Indescribable)
যাক নিবাৰণ কৰিব নোৱাৰি = অনিবাৰ্য = That which cannot be avoided (Inevitable)
যাক লংঘন কৰিব নোৱাৰি = অলংঘ্য = That which cannot be violated (Inviolable)
যাক দেখা নাযায় = অদৃশ্য = That which cannot be seen (Invisible)
যাক সহজে লাভ কৰিব নোৱাৰি = দুৰ্লভ = That which is hard to obtain (Rare)
যাক সহজে পোৱা যায় = সুলভ = That which is easily available (Accessible)
যাৰ নাম নাই = অনামী = One who has no name (Nameless)
যাৰ সীমা আছে = সসীম = That which has a limit (Finite)
যাক পৰিহাৰ কৰিব নোৱাৰি = অপৰিহাৰ্য = That which cannot be avoided (Unavoidable)
যাৰ ধাৰ আছে = ধাৰুৱা = That which is borrowed (Borrowed)
যি গাঁৱত থাকে = গাঁৱলীয়া = One who lives in a village (Villager)
যি বিদেশত থাকে = প্ৰবাসী = One who lives abroad (Expatriate)
বিদেশৰপৰা অহা লোক = বিদেশী = Person coming from a foreign land (Foreigner)
যি ভয় নকৰে = নিৰ্ভীক = One who does not fear (Fearless)
আনৰ ভাল দেখিব নোৱাৰা = চকুচৰহা, পৰশ্ৰীকাতৰ = One who cannot tolerate others' happiness (Jealous)
একে গুৰুৰ শিষ্য = হৰিভকত, সতীৰ্থ = Disciples of the same guru (Fellow disciples)
একে শ্ৰেণীতে পঢ়া = সহপাঠী = One who studies in the same class (Classmate)
একে মাকৰ সন্তান = সহোদৰ, সোদৰ = Children of the same mother (Siblings)
গোটেই জীৱন জুৰি = আজীৱন = Throughout life (Lifetime)
মাগিলেও ভিক্ষা নোপোৱা সময় = দুৰ্ভিক্ষ = Time when even begging yields nothing (Famine)
জন্মৰ পৰা অন্ধ যি = জন্মান্ধ = One who is blind from birth (Congenitally blind)
যি এটা চকুৰে নেদেখে = কণা = One who cannot see with one eye (One-eyed)
দুৱোটা চকুৰে নেদেখা লোক = অন্ধ = One who cannot see with both eyes (Blind)
যি কথা কব নোৱাৰে = মুক; বোবা = One who cannot speak (Mute)
যি শুনাও নাপায়; কথাও ক'ব নোৱাৰে = মুকবধিৰ = One who cannot hear or speak (Deaf-mute)
শাৰীৰিকভাৱে অক্ষম যি = প্ৰতিবন্ধী = One who is physically disabled (Disabled person)
যাৰ মাক পিতাক মৰিছে = মাউৰা = One whose parents have died (Orphan)
যি পুৰুষৰ তিৰোতা মৰিছে = বৰলা; বিপত্নীক = Man whose wife has died (Widower)
যি তিৰোতাৰ পুৰুষ মৰিছে = বিধৱা = Woman whose husband has died (Widow)
স্বামী থকা তিৰোতা = সধৱা; আয়তী = Woman whose husband is alive (Married woman)
নাম গোৱা তিৰোতা = নামতী = Woman who sings devotional songs (Chanter)
বিহুৰ আগ দিনা = উৰুকা = Day before Bihu festival (Uruka)
যি দিনত নেদেখে = দিনকণা = Day when one cannot see (Day-blind)
যি ৰাতি নেদেখে = কুকুৰীকণা = Night when one cannot see (Night-blind)
দুই ঘৰৰ মাজৰ ঠাই = দোঘোৰা = Space between two houses (Alleyway)
ঘৰৰ চালৰ পানী পৰা ঠাই = পানী পচা = Place where roof water drips (Drip spot)
এবাৰ ফল দি মৰা গছ = ওষধি = Plant that dies after bearing fruit once (Herbaceous plant)
দুই বছৰৰ মূৰত পোৱালি দিয়া গাই = দুৰচী; দোৰাহী = Cow that calves every two years (Biennial calving cow)
পনীয়া গাখীৰ দিয়া গাই = জলাহী = Cow that gives watery milk
শিং নথকা গৰু = লাওমূৰা = Cow without horns
হাল বোৱা গৰু = বলধ = Bull used for ploughing
ঠেং নথকা ভেকুলীৰ পোৱালি = লালুকী = Froglet without legs
স্মৰণ কৰিবলগীয়া = স্মৰণীয় = Worth remembering (Memorable)
যাৰ বিয়া হোৱা নাই = অবিবাহিত; আবিয়ৈ = One who is unmarried
যাৰ বিয়া হৈছে = বিবাহিত = One who is married
জিভাৰে চেলেকি চাব পৰা বস্তু = লেহ্য = Item tasted by licking (Lickable)
জন্তুৰ নিচিনা যি = জান্তব = Animal-like (Brutal)
যি গৰমো নহয় ঠাণ্ডাও নহয় = কুহুমীয়া = Neither hot nor cold (Mild)
যি বতৰ শীতো নহয় উষ্ণও নহয় = নাতিশীতোষ্ণ = Neither cold nor warm (Temperate)
যি ফল কেঁচাও নহয় পকাও নহয় = ডাহেচীয়া = Fruit that is neither raw nor ripe
মাৰ ভনীয়েক = মাহী = Mother's younger sister
দেউতাৰ ভনীয়েক = পেহী = Father's younger sister
মাৰ সতিনীয়েক = বিমাতা, মাহী-মা = Stepmother
ককাৰ দেউতাক = আজোককা = Great-grandfather (father's uncle's father)
কঁঠালৰ সৰু কলি = মুচি = Small jackfruit bud
খাবলৈ অনা সৰু কলপুলি = পচলা = Small vegetable brought to eat
দাঁত ওলোৱা হাতী = দঁতাল = Tusked elephant
মাছ মৰা লোক = মাছুৱৈ; মাছমৰীয়া = Person who catches fish (Fisherman)
যি জলত চৰে = জলচৰ = Creature that lives in water (Aquatic)
যি স্থলত চৰে = স্থলচৰ = Creature that lives on land (Terrestrial)
জল আৰু স্থল উভয়তে চৰে যি = উভচৰ = Creature that lives both on land and water (Amphibian)
যি কণীৰপৰা জন্মে = অণ্ডজ = Born from eggs (Oviparous)
ঈশ্বৰক বিশ্বাস কৰা লোক = আস্তিক = One who believes in God (Theist)
ঈশ্বৰক বিশ্বাস নকৰা লোক = নাস্তিক = One who does not believe in God (Atheist)
গান গোৱা লোক = গায়ক = Person who sings (Singer)
খেলা ধুলা কৰা লোক = খেলুৱৈ = Person who plays sports (Player)
মাটিৰ বাচন বৰ্তন তৈয়াৰ কৰা লোক = কুমাৰ = Potter
লোৰ সামগ্ৰী তৈয়াৰ কৰা লোক = কমাৰ = Blacksmith
কাঁহৰ সামগ্ৰী তৈয়াৰ কৰা লোক = কঁহাৰ = Bell-metal worker
সোণ ৰূপৰ অলংকাৰ তৈয়াৰ কৰা লোক = স্বৰ্ণকাৰ; সোণাৰী = Goldsmith / Jeweler
চিকিৎসা কৰা লোক = চিকিৎসক = Person who treats (Doctor)
গাঁৱৰ মুখিয়াল ব্যক্তি = গাঁওবুঢ়া = Village elder / headman
যি উপকাৰ কৰে = উপকাৰী = One who helps (Helpful)
উপকাৰীৰ উপকাৰ স্বীকাৰ কৰা লোক = কৃতজ্ঞ; অকৃতঘ্ন = Grateful person
উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰা লোক = কৃতঘ্ন; অকৃতজ্ঞ = Ungrateful person
বৰষুণ নোহোৱা বতৰ = খৰাং = Rainless weather (Drought)
যাৰ কোনো নাই = অনাথ = One who has no one (Orphan)
ৰাতিপুৱাই স্মৰণ কৰাৰ যোগ্য = প্ৰাতঃস্মৰণীয় = Worth remembering in the morning
যি একো নাজানে = অজ্ঞ = One who knows nothing (Ignorant)
যি সকলো জানে = সৰ্বজ্ঞ; সৰ্বজান = One who knows everything (Omniscient)
যাৰ হাত আঁঠুলৈ আহে = অজানুলম্বিত = One whose hands reach the knees
যি এই লোকৰ নহয় = অলৌকিক = Not of this world (Supernatural)
দেৱতাৰ গুণ সমৃদ্ধ = দৈৱীয় = Possessing divine qualities (Divine)
ৰ'দত শুকোৱাসৰিয়হৰ শুকান বঁটা = কাঁহুদি = Dried mustard pod in the sun
য'ত কোনো মানুহ নাই = নিৰ্জন = Where no people are (Desolate)
দেশক ভাল পোৱা মানুহ = দেশভক্ত = One who loves the country (Patriot)
দেশৰ অপকাৰ কৰা মানুহ = দেশদ্ৰোহী = One who harms the country (Traitor)
দেশৰ বাবে মৃত্যুবৰণ কৰা লোক = শ্বহীদ = One who dies for the country (Martyr)
গৰু চৰোৱা লোক = গৰখীয়া = Person who herds cows (Cowherd)
হাতী চৰোৱা লোক = মাউত = Person who herds elephants (Mahout)
যি আগতে হোৱা নাই বা ঘটা নাই = অভূতপূৰ্ব = Never happened before (Unprecedented)
যি আগতে হৈছে বা ঘটিছে = ভূতপূৰ্ব = Happened earlier (Former)
যি কেবল নিজৰ কথা ভাৱে = স্বাৰ্থপৰ; আপোনপেটা = Self-centered person
যি আনৰ হিতৰ কথা ভাৱে = পৰহিতৈষী = One who thinks of others' welfare (Altruist)
যি সকলোৰে মাজত প্ৰিয় = লোকপ্ৰিয় = Loved by all (Popular)
যাক সকলোৱে জানে = বিখ্যাত = Known by all (Famous)
যাক কোনেও নাজানে = অখ্যাত; অজ্ঞাত = Unknown by all (Obscure)
কবনলগীয়া কথা; যাক কব নোৱাৰি = অবাচ্য; অকথ্য = Unspeakable words
যাক শুনিব নোৱাৰি = অশ্ৰাব্য = That which cannot be heard (Inaudible)
যাৰ জ্ঞান আছে = জ্ঞানী = One who has knowledge (Wise)
যাৰ ধন আছে = ধনী = One who has wealth (Rich)
যাৰ মান আছে = মানী = One who has dignity (Honorable)
যাৰ ঋণ আছে = ঋণী = One who has debt (Debtor)
যাৰ ঘৰ বাৰী নাই = অঘৰী = One who has no home or land
যাৰ একো নাই = নিঃস্ব = One who has nothing (Destitute)
য'ত যাব নোৱাৰি = দুৰ্গম = Where one cannot go (Inaccessible)
য'ত যাব পাৰি = সুগম = Where one can go easily (Accessible)
যি বহুত কথা কয় = বহুবল্কী = One who talks a lot (Talkative)
যি কথা ক'ব জানে; কথা সজাই ক'ব পৰা লোক = কথাচহকী = One who speaks eloquently
যাৰ মৰণ নাই = অমৰ = One who does not die (Immortal)
যাৰ ভয় আছে = ভয়াতুৰ = One who is afraid (Fearful)
স্কুলত পঢ়া ল'ৰা ছোৱালী = ছাত্ৰছাত্ৰী = School-going children (Students)
যাৰ শত্ৰু নাই = অজাতশত্ৰু = One who has no enemies
যি ইন্দ্ৰিয়ক দমন কৰিছে = জিতেন্দ্ৰিয় = One who has conquered the senses
শাক পাচলি কৰা ঠাই = শাকনি = Place for growing vegetables
ধান খেতি কৰা ঠাই = ধাননি = Place for growing paddy
যাক আগতে শুনা নাই = অশ্ৰুতপূৰ্ব = Never heard before
যাক গণনা কৰিব নোৱাৰি = অগণন = That which cannot be counted (Countless)
যাক কথাৰে প্ৰকাশ কৰিব নোৱাৰি = অনিৰ্বচনীয় = That which cannot be expressed in words
যি কথা বিশ্বাস কৰিব নোৱাৰি = অবিশ্বাস্য = That which is unbelievable
যি কাম কৰা উচিত = কৰ্তব্য = That which should be done (Duty)
যি পুৰি নাযায় = অদাহ্য = That which cannot be burned
যি নিয়মমতে খৰচ কৰে = মিতব্যয়ী = One who spends systematically (Frugal)
যি মাটি ফুটি ওলায় = উদ্ভিদ = That which sprouts from soil (Plant)
যি বিদ্যালাভ কৰিছে = কৃতবিদ্য = One who has acquired education
বহুতৰ মাজত প্ৰধান = শ্ৰেষ্ঠ = Foremost among many (Best)
যাক দিব পৰা নাযায় = অদেয় = That which cannot be given
যাক বধ কৰিব পৰা নাযায় = অবধ্য = That which cannot be killed
যি গুণীৰ গুণ বুজে = গুণগ্ৰাহী = One who appreciates the qualities of the wise
বাটে বাটে যোৱা মানুহ = বাটৰুৱা = One who wanders from path to path (Wanderer)
যাৰ ধৰ্মলৈ ভয় আছে = ধৰ্মভীৰু = One who fears religion (Religiously timid)
কোনো কাৰ্য কৰিবলৈ স্থিৰ কৰা = কৃতসংকল্প = One who is determined to act (Resolved)
অশেষ মূল্য যাৰ = অমূল্য = That which is priceless (Invaluable)
দৰমহা নোলোৱাকৈ কৰা কাম = অবৈতনিক = Work done without salary (Unpaid)
যোৱাৰ উচিত বা যোগ্য = গন্তব্য; গমনীয় = Destination / Worth going
কাপোৰ বব জনা তিৰোতা = শিপীনী = Woman who knows weaving
যি কাম কাজত পাকৈত = কাজী = One who is skilled in work (Expert)
একে সময়তে হোৱা = সমসাময়িক = Happening at the same time (Contemporary)
ভৱিষ্যত চিন্তা কৰিব পৰা লোক = দূৰদৰ্শী = One who thinks ahead (Farsighted)
পি খোৱা বস্তু = পেয় = Something that is drunk (Drinkable)
বুকুৰে বগাই যোৱা প্ৰাণী = সৰীসৃপ = Creature that crawls with its chest (Reptile)
যি বিশ্বজনৰ বাবে ভাল = বিশ্বজনীন = Beneficial for all people (Universal)
যি সৰ্বাংগ ব্যাপি আছে = সৰ্বাংগীণ = That which is all-encompassing (Holistic)
ফুল থোৱা পাত্ৰ = ফুলদানি = Vessel for placing flowers (Vase)
যি কথা কোৱা উচিত = বক্তব্য; বচনীয় = What should be said (Statement / Speakable)
জুই ধৰি ৰখা ঠাই = জুহাল = Place where fire is kept (Hearth)
নিজৰ ওপজা ঠাই = জন্মভূমি = One’s birthplace (Native land)
বস্তু বেচা কিনা কৰা ঠাই = বজাৰ = Place for buying and selling goods (Market)
যি অলপতে শুনে = শহাকণীয়া = One who hears faintly
যি কাৰো পক্ষত নাথাকে = নিৰপক্ষ = One who is neutral (Impartial)
যি নিশা চৰে = নিশাচৰ = One who moves at night (Nocturnal)
যি সহ্য কৰিব পাৰে = সহনশীল = One who is tolerant (Patient)
যি মিছা কথা কয় = মিছলীয়া = One who tells lies (Liar)
যি ঘৰত ওপজে = ঘৰ-ওপজা = Born in the house (Native-born)
যি বনত ওপজে = বনজ = Born in the forest (Forest-born)
যি নগৰত থাকে = নগৰীয়া = One who lives in the city (Urban dweller)
বহুতো ল'ৰা ছোৱালী একেলগে পঢ়া ঘৰ = পঢ়াশালি = Place where many children study together (School)
বিদ্যা শিক্ষা কৰা ঘৰ = বিদ্যালয় = Place of learning (School)
যি আনলৈ মন দি থাকে = মনোযোগী = One who pays attention to others (Attentive)
পকী ঘৰ নিৰ্মাণ কৰা লোক = ৰাজমিস্তিৰি = Person who builds permanent houses (Mason)
ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো কে সমান দেখা জন = সমদৰ্শী = One who treats all equally regardless of religion or caste
গাখীৰ ,মিঠাই বেচা মানুহক = গাখীৰবেচা = Person who sells milk and sweets
যি ঠাইত পূজা কৰা হয় = মন্দিৰ = Place where worship is done (Temple)
যি বস্তু দিব পৰা নাযায় = অদেয় = That which cannot be given
চুহি খোৱা বস্তু = লেহ্য = Item that is consumed by licking
নাও বনোৱা মানুহ = নাওজীয়া = Person who builds boats (Boatmaker)
যি তিনিও কালৰ কথা জানে = ত্ৰিকালজ্ঞ = One who knows past, present, and future
জন্তুৰ ঘাঁহ যোগান ধৰা মানুহ = পশুখাদ্য যোগানদাৰ = Person who supplies fodder
যি বাহ বেতৰ কাম কৰে = বেতশিল্পী = One who works with bamboo and cane
যি ৰাতি ফুলে = নিশাফুল = Flower that blooms at night
যি জন্ম হয় মৃত্যু বৰণ কৰে = মৰণশীল = One who is born and dies (Mortal)
কোনো কথা কবলৈ পঠোৱা বিশ্বাসী মানুহ = দূত = Trusted person sent to deliver a message (Messenger)
যাৰ সাহস আছে = সাহসী = One who has courage (Brave)
যি ঈশ্বৰক বিশ্বাসী = আস্তিক = One who believes in God (Theist)
যি বিষ্ণুক উপাসনা কৰে = বৈষ্ণৱ = Worshipper of Vishnu
একে মাকৰ সন্তান = সহোদৰ = Sibling from the same mother
যি সঁচা কথা কয় = সত্যবাদী = One who speaks the truth (Truthful)
যাক দেখা নাযায় = অদৃশ্য = That which cannot be seen (Invisible)
যাৰ পিছত জন্ম = অনুজ = One born later (Younger sibling)
ধান থোৱা ঠাই = ভঁৰাল = Place where paddy is stored (Granary)
অ'ত ত'ত ঘুৰি ফুৰা লোক = অঘৰী = One who roams here and there (Wanderer)
কাৰো নাম নোলোৱাকৈ দিয়া গালি = গুৱালগালি = Abuse without naming (Anonymous insult)
গৰু বন্ধা ঠাই = গোহালি = Place where cows are tied (Cowshed)
বাপেকৰ সখিয়েক = তাৱৈ = Father’s female friend
তাৱৈৰ ঘৈণীয়েক = আমৈ = Wife of father’s female friend
যি আনৰ অধীন নহয় = স্বাধীন = One who is not under others (Independent)
যি পথৰ পৰা বিচলিত = পথভ্ৰষ্ট = One who has strayed from the path (Misguided)
যি কথাৰ অৰ্থ নাই = নিৰৰ্থক = That which has no meaning (Meaningless)
যাক কল্পনা কৰিব নোৱাৰি = কল্পনাতীত = That which cannot be imagined (Unimaginable)
যাৰ আদি নাই = অনাদি = That which has no beginning (Beginningless)
যাৰ সীমা নাই = অসীম = That which has no limit (Infinite)
যাক বৰ্ণনা কৰিব নোৱাৰি = অবৰ্ণনীয় = That which cannot be described (Indescribable)
যাক বাৰণ কৰিব নোৱাৰি = অনিবাৰ্য = That which cannot be avoided (Inevitable)
যাক লংঘন কৰিব নোৱাৰি = অলংঘ্য = That which cannot be violated (Inviolable)
যি জনে ভিক্ষাৰে জীৱন নিৰ্বাহ কৰে = ভিক্ষাৰী = One who lives by begging (Beggar)
আঁঠুলৈ বৈ পৰা = আজানুলম্বিত = One whose hands reach the knees
ভেকুলীৰ পোৱালি = লালুকি = Froglet
যি ফল কাঁচাও নহয় পকাও নহয় = ডাহেচীয়া = Fruit that is neither raw nor ripe
দেউতাৰ ভনীয়েক = পেহী = Father’s younger sister
কাৱৈ মাছৰ সৰু পোৱালী = কাৱৈচোকোৰা বা কাৱৈতিলা = Baby kawoi fish
ৰৌ মাছৰ সৰু = ৰৌমণি = Baby rou fish
মাছৰ পোৱালি = পোনা = Fish fry
গৰৈ মাছৰ সৰু পনা = গৰৈচিৰিকা = Baby garoi fish
মাৰ ভনীয়েক = মাহী = Mother’s younger sister
খাৰণি সনা সৰিহৰ গুৰি = খাৰলি = Mustard root with husk
দাঁত ওলোৱা হাতী = দঁতাল = Tusked elephant
মাগুৰ মাছৰ সৰু = মাগুৰজালি = Baby magur fish
শ’ল মাছৰ সৰু = শ’লঠাৰি = Baby shol fish
ধানৰ বাকলি = তুঁহ = Husk of paddy
গোচৰ তৰা মানুহ = গোচৰীয়া = One who files complaints (Complainant)
গোটেই জীৱন জুৰি = অজীৱন = Lifelong
নাটক লিখা মানুহ = নাট্যকাৰ = Person who writes plays (Playwright)
গুৰি সৰিয়হেৰে কৰা খাদ্য = কাঁহুদি = Mustard-based food
ছবি অঁকা মানুহ = চিত্ৰকাৰ = Person who draws pictures (Artist)
গধুলি চকুৰে নেদেখা মানুহ = কুকুৰিকণা = One who cannot see in twilight (Night-blind)
বাঁহ গাজৰ পৰা তৈয়াৰ কৰা খাদ্য = খৰিচা = Food made from bamboo shoots
যি পুৰুষ ভয়াতুৰ = কাপুৰুষ = Cowardly man
নাৱত উঠি ব্যৱসায় কৰা লোক = মুদৈ = Trader who sells goods on a boat
বহুত মানুহ একেলগে যোৱা = সমদল = Group of people moving together
নোহোৱা বস্তুৰ উদ্ভাৱন = আৱিস্কাৰ = Invention of something that didn’t exist
পূৰ্ব জন্মৰ কথা যাৰ মনত আছে = জাতিস্মৰ = One who remembers past life
পুৱাই নাম ল’বলগীয়া = প্ৰাতঃস্মৰণীয় = Worth remembering in the morning
নিজে নিজে হোৱা = স্বয়ম্ভূ = Self-originated
যি আনৰ বস্তু বলেৰে কাঢ়ি নিয়ে = ডকাইত = One who forcibly takes others’ belongings (Robber)
যি মাটিত উতপাদিত শক্তি নাই = অনুৰ্বৰা = Land with no fertility (Barren)
যাক সহজতে লাভ কৰা যায় = সুলভ = Easily obtainable
য'ত বহুতো ল'ৰা-ছোৱালীয়ে পঢ়ে = পঢ়াশালী = Place where many children study (School)
যাক বুজিব পাৰি = বোধগম্য = That which can be understood (Comprehensible)
বৰষুণ নোহোৱা যি বতৰ = খৰাং = Rainless weather (Drought)
আহাৰ জীৰ্ণ নোযোৱা কাৰণে হোৱা বেমাৰ = অজীৰ্ণ = Indigestion
যি ঠাই অতি কষ্টেৰে লঙঘন কৰা যায় = দুৰ্লংঘ্য = Place very difficult to cross
জুই ধৰি ৰখা যি ঠাই = জুহাল = Place where fire is kept (Hearth)
যাৰ নাম ৰাতিপুৱাই স্মৰণ কৰা উচিত = প্ৰাতঃস্মৰণীয় = Worth remembering in the morning
যি ঠাইত অতি ঠাণ্ডাও নহয়, গৰমো নহয় = নাতিশীতোষ্ণ = Neither cold nor hot (Temperate)
যাৰ একোৱেই নাই = নিঃস্ব = One who has nothing (Destitute)
যি তিৰোতাই ধান ৰোৱেই = ৰোৱনী = Woman who plants paddy
যি তিৰোতাই ধান দায় = দাৱনী = Woman who harvests paddy
হঠাতে হোৱা যি ঘটনা = আকস্মিক = Sudden incident
যি মাটিত সাৰ নাই = অসাৰুৱা = Land without nutrients
যি জন কৰ্মত বীৰৰ তুল্য = কৰ্মবীৰ = Heroic worker
যি জন সাহিত্যত সম্ৰাটৰ তুল্য = সাহিত্য-সম্ৰাট = Emperor of literature
যি জনে বিয়া কৰোৱা নাই = আবিয়ৈ = Unmarried man
নোহোৱা বস্তু উদ্ভাৱন কৰোতা = আৱিষ্কাৰক = Inventor
যি ইন্দ্ৰিয় জয় কৰিব পাৰে = জিতেন্দ্ৰেয় = One who has conquered the senses
মেলত যি পাৰ্গত = মেলেকী = Skilled in fair or gathering
যি পুৰুষৰ ঘৈণীয়েক মৰিছে = বৰলা = Widower
যি নিজক নিজে পণ্ডিত বুলি ভাবে = পণ্ডিতম্মন্য = Self-proclaimed scholar
যি কৰ্ত্তব্য স্থিৰ কৰিব নোৱাৰে = হতবুদ্ধি = One who is confused about duty
একে সময়তে হোৱা = সমসাময়িক = Happening at the same time (Contemporary)
এবাৰ গুটি লাগি মৰা গছ = ওষধি = Plant that dies after bearing fruit once
লোকক দেখি পাছত যি কৰা যায় = অনুকৰণ = Imitation
লোকক দেখি পিছে পিছে যোৱা = অনুসৰণ = Following others
লোকৰপৰা পোৱা নিন্দা = লোকনিন্দা = Criticism from people
সাহ যাৰ আছে = সাহসী = One who has courage (Brave)
বটা সাৰিয়হেৰে কৰা চাট্নি = কাহুঁদি = Mustard-based chutney
মাটিৰ নিচেই সৰু টেকেলি = ভুৰুকা = Small mound of earth
যি গুণীৰ গুণ বুজিব পাৰে = গুণগ্ৰাহী = One who appreciates virtues
যাক ভেদ কৰিব নোৱাৰে = অভেদ্য = Impenetrable
যাক সহজে ভেদ কৰিব নোৱাৰে = দুৰ্ভেদ্য = Difficult to penetrate
যি পৰৰ ঠাইত বাস কৰে = প্ৰবাসী = One who lives in a foreign place
যি কষ্ট সহিব পাৰে = কষ্টসহিষ্ণু = One who can endure hardship
যি উপকাৰী উপকাৰ স্বীকাৰ কৰে = কৃতজ্ঞ = Grateful person
যাক সহজতে ভাঙিব পাৰে = ভংণ্ডৰ = Easily breakable
যি কোনো কাম কৰিব নোৱাৰে = অকৰ্মণ্য = Inactive / incapable of work
যি বিধিসন্মত = বৈধ = Legal / legitimate
প্ৰাণক পণ কৰি = প্ৰাণপণে = With full effort / risking life
যি ভবিষ্যত চিন্তা কৰিব নোৱাৰে = অদূৰদৰ্শী = Short-sighted
যি বাঢ়িবলৈ ধৰিছে = বৰ্দ্ধিষ্ণু = One who is growing
যাৰ সকলো বস্তু অঁটাকে আছে = আটন্তিয়াৰ = One who possesses everything
এটা সন্তান হোৱাৰপৰা আন এটা হোৱালৈকে সময় = আনজ = Interval between two births
যাৰ হাত আঁঠৰ তললৈকে পৰা = আজানুলম্বিত = One whose hands reach below the knees
কাৰো নাম নধৰাকৈ পৰা গালি = গুৱাল-গালি = Abuse without naming
যাৰ ধাৰ আছে = ধৰুৱা = Borrowed
যাৰ সীমা নাই = অসীম = Infinite
যি আনফালে মন দিয়ে = অন্যমনস্ক = Absent-minded
যাক নিধাৰণ কৰিব নোৱাৰে = অনিবাৰ্য = Inevitable
যাক বৰ্ণনা কৰিব নোৱাৰি = অবৰ্ণনীয় = Indescribable
যাৰ আদি নাই = অনাদি = Beginningless
যাক পৰিত্যাগ কৰিব নোৱাৰি = অপৰিহাৰ্য = Unavoidable
যাক কল্পনা কৰিব নোৱাৰি = অকল্পনাতীত = Unimaginable
বধ কৰিবৰ ইচ্ছা = জিঘাংসা = Desire to kill
যাৰ বিবেচনা শক্তি নাই = অবিবেচক = Indiscreet
যি নিশাহে চৰে = নিশাচৰ = Nocturnal
যি জানিব খোজে বা জানিবলৈ আগ্ৰহী = জিজ্ঞাসু = Curious / inquisitive
যিটো সুধিবলগীয়া = জিজ্ঞাস্য = That which should be asked
যাক মূল্য দি কিনিব নোৱাৰে = অমূল্য = Priceless
মাগিলেও ভিক্ষা নোপোৱা সময় = দুৰ্ভিক্ষ = Famine
যি কাৰো পক্ষৰ বা ফলীয়া নহয় = নিৰপেক্ষ = Neutral
কোনো কথাৰ নিশ্চয় কৰিবলৈ পঠোৱা বিশ্বাসী মানুহ = সঁজাতী = Trusted messenger
একেজন গুৰুৰে শিষ্য = সতীৰ্থ = Fellow disciple
যাৰ আগমন আহ্বান কৰা হয় = স্বাগত = Welcomed
যাক বধ কৰা অনুচিত = অবধ্য = One who should not be killed
যাৰ সীমা আছে বা যি সামাবদ্ধ = সসীম = Finite
যাৰ অন্ত নাই = অনন্ত = Endless
যি নিয়ম মতে খৰচ কৰে = মিতব্যয়ী = Frugal
যাৰ আশ্ৰয় নাই = নিৰাশ্ৰয় = Shelterless
যি সহ্য কৰিব পাৰে = সহিষ্ণু = Tolerant
যি গোচৰ তৰে = গুচৰীয়া = Complainant
যাৰ ওপৰত গোচৰ তৰে = পদকীয়া = Accused
যি বিষ্ণুক উপাসনা কৰে = বৈষ্ণৱ = Worshipper of Vishnu
যি শক্তিক উপাসনা কৰে = শাক্ত = Worshipper of Shakti
যি শিৱক উপাসনা কৰে = শৈৱ = Worshipper of Shiva
যি একো নাজানে = অজ্ঞ = Ignorant
যি ভাষাত পাৰ্গত = ভাষাবিদ্ = Linguist
যি কণীৰপৰা জন্মে = অণ্ডজ = Born from eggs (Oviparous)
যি একেলগে পঢ়ে = সহপাঠী = Classmate
যি নিজৰ পেটলৈহে চিন্তা কৰে = স্বাৰ্থপৰ = Self-centered
যি সমাপ্ত হোৱা নাই = অসমাপ্ত = Incomplete
য'ত কোনো মানুহ নাই = জনশূন্য = Desolate
য'লৈ যোৱা কষ্টসাধ্য = দুৰ্গম = Difficult to reach
যি অনাই বনাই ঘূৰি ফূৰে = যাযাবৰ = Nomadic
যাৰ পূৰ্বজন্মৰ কথা মনত আছে = জাতিস্ম
যাৰ কথাৰ সাঁচ নাই = লগা = One whose speech lacks restraint (Loose-tongued)
যি মৰো মৰো অৱস্থা হৈছে = মুমুৰ্ষু = One in a dying condition (Critically ill)
যত মানুহ বেছি = জন-বহুল = Where population is high (Densely populated)
যাৰ মূৰত চুলি নাই = তপা = One who has no hair on head (Bald)
যি ভিক্ষা কৰি জীৱন নিৰ্বাহ কৰে = ভিক্ষাৰী = One who lives by begging (Beggar)
যি ধন খৰচ নকৰে = কৃপণ = One who does not spend money (Miser)
যি মাছ-মাংস খায় = আমিষাহাৰী = One who eats fish and meat (Non-vegetarian)
যি মাছ-মাংস নাখায় = নিৰামিষাহাৰী = One who does not eat fish or meat (Vegetarian)
যি যোগৰপৰা ভ্ৰষ্ট হৈছে = যোগভ্ৰষ্ট = One who has deviated from spiritual discipline (Fallen from yoga)
যি অলপতে শুনে = শহাকণীয়া = One who hears faintly (Hard of hearing)
যি অলপতে ভয় খায় = ভয়াতুৰ = One who gets scared easily (Fearful)
যি ঘৰত ধান থয় = ভঁৰাল = Place where paddy is stored (Granary)
যি নানা অভাৱত থাকে = অভাৱী = One who lives in scarcity (Needy)
জন্তুৰ নিচিনা = জান্তৱ = Animal-like (Brutal)
যাৰ নাম নাই = অনামা = One who has no name (Nameless)
যি নিয়মমতে খৰচ নকৰে = অমিতব্যয়ী = One who spends excessively (Extravagant)
নাম নিদিয়াকৈ দিয়া = বেনামী = Given without a name (Anonymous)
পনীয়া গাখীৰ দিয়া গাই = জলাহী = Cow that gives watery milk
বাঁহ-গাজ খুন্দি তৈয়াৰ কৰা খাদ্য-বস্তু = খৰিচা = Food made from crushed bamboo shoots
মিলি নোহোৱা গুৰি বা বস্তুৰ লগত থকা আধাখুন্দা গুৰি = খৰচি = Mismatched or uneven piece (Half-cut stub)